অসম

assam

ETV Bharat / state

কন্ঠ নহয়, ডিব্ৰুগড়ত জুবিনৰ দুভৰিৰ যাদু

ডিব্ৰুগড়ত জুবিনৰ ‘কা’ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ ৷ চৌকিডিঙী খেলপথাৰত জুবিন একাদশ বনাম ৱেকআপ গাইজ ফুটবল ক্লাৱ ৷ উক্ত খেলখনত দুয়োটা দলৰ মাজত 3-3 গ’লত ড্ৰ’ হয় যদিও ট্ৰাইবেকাৰৰ জৰিয়তে জয়লাভল কৰে জুবিন একাদশে ৷

Zubeen 11 football match at Dibrugarh
কন্ঠ নহয়,ডিব্ৰুগড়ত জুবিনৰ দুভৰিৰ যাদু

By

Published : Jan 27, 2020, 7:57 PM IST

ডিব্ৰুগড়,27 জানুৱাৰীঃএইবাৰ কণ্ঠত নহয় জুবিনৰ দুভৰিৰ যাদুত মন্ত্ৰমুগ্ধ ডিব্ৰুগড়বাসী ৷ চৌকিডিঙী খেলপথাৰত জুবিন একাদশ বনাম ৱেকআপ গাইজ ফুটবল ক্লাৱ ৷ ডিব্ৰুগড়ত জুবিনৰ ‘কা’ৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ ৷ সোমবাৰে দিনৰ 3 বজাৰ পৰা অনুষ্ঠিত খেলখনত জুবিন একাদশৰ হৈ খেলপথাৰত নামে জুবিন গাৰ্গৰ লগতে কেইবাগৰাকীও শিল্পীয়ে ৷ উক্ত খেলখনত দুয়োটা দলৰ মাজত 3-3 গ’লত ড্ৰ’ হয় যদিও ট্ৰাইবেকাৰৰ জৰিয়তে জয়লাভল কৰে জুবিন একাদশে ৷

কিডিঙী খেলপথাৰত জুবিন একাদশ বনাম ৱেকআপ গাইজ ফুটবল ক্লাৱ

আনহাতে, বিজয়ৰ শেষত শিল্পীগৰাকীয়ে খেলখন খেলি ভাল লগা বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে নিজৰ নতুন পৰিকল্পনাৰ কথাও ব্যক্ত কৰে ৷ সমান্তৰালকৈ "কা"ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ কথাও কয় জুবিনে ৷ মঙলবাৰে তৈলনগৰী ডিগবৈত আন এখন খেলত ভাগ ল’ব জুবিন একাদশে ৷

লগতে পঢ়ক-পশ্চিমবংগত গৃহীত হ'ল CAA বিৰোধী প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details