ETV Bharat / state
Youth killed in road accident: মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন যুৱক - Youth killed in road accident
মৰাণৰ অন্ধ বিদ্যালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত নিহত হয় এজন যুৱক(Road Accident in Moran) ৷


মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত হয় এজন যুৱক
By
Published : Nov 9, 2022, 3:51 PM IST
| Updated : Nov 9, 2022, 4:38 PM IST
- মৰাণৰ অন্ধ বিদ্যালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাটোৰ ফলত নিহত এজন যুৱক(Road Accident in Moran)
- একে দিশৰ পৰা অহা LPG গেছ কঢ়িওৱা এখন ট্ৰাকে মহতিয়ালে এখন বাইকক
- দুৰ্ঘটনাটোৰ ফলত আহত বাইকখনত থকা দুয়োজন আৰোহী
- স্থানীয় লোকৰ তৎপৰতাত দুয়োকে চিকিৎসালয়ত ভৰ্তি
- চিকিৎসালয়ত এজনক মৃত ঘোষণা কৰিলে চিকিৎসকে
- মৃত যুৱকজন খোৱাং চাহ বাগিচাৰ মদন বাউৰীৰ পুত্ৰ অলক বাউৰী (17)
- দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখন উধাও হৈছিল যদিও মৰাণ আৰক্ষীয়ে জব্দ কৰিলে বাহনখন
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন যুৱক
Last Updated : Nov 9, 2022, 4:38 PM IST