ডিব্ৰুগড়, ১ মে': ২৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে শুকুৰবাৰে জ্যেষ্ঠ সাংবাদিক আৰু লেখকক সম্বৰ্ধনা জ্ঞাপন কৰিলে আছাম প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়নে । ডিব্ৰুগড়ৰ চিকিৎসক তথা বিশিষ্ট লেখক ডাঃ নিৰ্মল কুমাৰ চাহেৱালাক সম্বৰ্ধনা জনায় সংস্থা দুটাই ।
ডিব্ৰুগড়ত জ্যেষ্ঠ সাংবাদিক আৰু লেখকক সম্বৰ্দ্ধনা জ্ঞাপন আপকুৰ - সম্বৰ্দ্ধনা জ্ঞাপন আপকুৰ
চিকিৎসক তথা বিশিষ্ট লেখক ডাঃ নিৰ্মল কুমাৰ চাহেৱালাক সম্বৰ্ধনা জ্ঞাপন ট্ৰেড ইউনিয়ন আৰু প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়নৰ । জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰকো ট্ৰেড ইউনিয়ন আৰু প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়নে সম্বৰ্ধনা জনায় ।
জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰক সম্বৰ্দ্ধনা জ্ঞাপন
লগতে জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰকো ট্ৰেড ইউনিয়ন আৰু প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়নে সম্বৰ্ধনা জনায় । নিজৰ কৰ্মৰাজিৰে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে দুয়োকে সন্মানিত কৰে ।
লগতে পঢ়ক:বগৰীবাৰীত জব্দ গৰু ভৰ্তি কন্টেইনাৰ