অসম

assam

ETV Bharat / state

দুলীয়াজানত প্ৰথমবাৰৰ বাবে ১৭ টা ভোট কেন্দ্ৰত নিয়োজিত মহিলা বিষয়া - Women officer

দুলীয়াজান সমষ্টিত মুঠ ২৩৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ১,৬০,০০০ ভোটাৰে ৪ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । ইফালে দুলীয়াজানত প্ৰথমবাৰৰ বাবে ১৭ টা ভোট গ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং আৰু পুলিং বিষয়া হিচাপে অকল মহিলা বিষয়াই ভোটদান প্ৰক্ৰিয়াত সহায় কৰিব ।

দুলীয়াজানত প্ৰথমবাৰৰ ১৭ টা ভোট কেন্দ্ৰত নিয়োজিত মহিলা বিষয়া
দুলীয়াজানত প্ৰথমবাৰৰ ১৭ টা ভোট কেন্দ্ৰত নিয়োজিত মহিলা বিষয়া

By

Published : Mar 26, 2021, 10:56 PM IST

মৰাণ, 26 মাৰ্চ: ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰস্তুতি ৷ ১২ খন জিলাৰ প্ৰথম পৰ্য্যায়ৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ২৬৪ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য । ২৪১ গৰাকী পুৰুষৰ বিপৰীতে মাত্ৰ ২৩ গৰাকী মহিলা প্ৰাৰ্থী । সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি সম্পন্ন হ'ব ভোটদান ।

দুলীয়াজানত প্ৰথমবাৰৰ ১৭ টা ভোট কেন্দ্ৰত নিয়োজিত মহিলা বিষয়া

দুলীয়াজান সমষ্টিত মুঠ ২৩৩ টা ভোট গ্ৰহণ কেন্দ্ৰত ১,৬০,০০০ ভোটাৰে ৪ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । ইফালে দুলীয়াজানত প্ৰথমবাৰৰ বাবে ১৭ টা ভোট গ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং আৰু পুলিং বিষয়া হিচাপে অকল মহিলা বিষয়াই ভোটদান প্ৰক্ৰিয়াত সহায় কৰিব । সেই মৰ্মে অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৯ টা আৰু দুলীয়াজান মহাবিদ্যালয়ত ৮ টা কেন্দ্ৰ মহিলা বিষয়া সকলে পৰিচালনা কৰিব ৷

লগতে পঢ়ক: ইভিএম লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ল নিৰ্বাচনী বিষয়া

ABOUT THE AUTHOR

...view details