অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ মাইজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ - deadbody rescue from Dibrugarh maijan

ৰাইজে ঘটনা সন্দৰ্ভত ততাতয়াকৈ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷

মাইজানত অচিনাক্ত মৃতদেহ
মাইজানত অচিনাক্ত মৃতদেহ

By

Published : Nov 29, 2019, 4:41 PM IST

ডিব্ৰুগড়, 29 নৱেম্বৰ: ডিব্ৰুগড়ৰ মাইজানস্থিত হিলৈধাৰী-ৰাজগড় পথৰ পৰা উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ । শুকুৰবাৰে হিলৈধাৰী-ৰাজগড় পথটোৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হয় প্ৰায় ২৫ বছৰীয়া এজন যুৱকৰ মৃতদেহ। পুখুৰীত তল মুৰ কৰি পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো । ৰাইজে ঘটনা সন্দৰ্ভত ততাতয়াকৈ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড নে অসাৱধানবশত পুখুৰীত পৰি মৃত্যু হৈছে যুৱজজনৰ সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত ৷

অচিনাক্ত মৃতদেহ উদ্ধাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details