অসম

assam

ETV Bharat / state

২০২৪ ত পুনৰ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ দাবী ৰামেশ্বৰ তেলীৰ - Durga Puja 2022

মঙলবাৰে মহা নৱমী উপলক্ষে মৰাণৰ কেইবাখনো পূজা মণ্ডপত পূজা দৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২৪ চনত পুনৰ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী, তাত কোনো সন্দেহ নাই বুলি মন্তব্য কৰে (Narendra Modi will be prime minister in 2024) ৷

Union Minister Rameswar Teli at Moran
২০২৪ ত পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী, ইয়াত কোনো সন্দেহ নাই: ৰামেশ্বৰ তেলী

By

Published : Oct 5, 2022, 2:09 PM IST

ডিব্ৰুগড়, 5 অক্টোবৰ: ‘২০২৪ ত পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী, ইয়াত কোনো সন্দেহ নাই’ ৷ মঙলবাৰে দেৱী দূৰ্গাৰ আশীষ ল’বলৈ (Durga Puja 2022) মৰাণত উপস্থিত হৈ এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Union Minister Rameswar Teli at Moran) ৷

মৰাণৰ কেইবাখনো পূজা মণ্ডপত পূজা দৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০২৪ চনত পুনৰ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী, তাত কোনো সন্দেহ নাই বুলি মন্তব্য কৰে (Narendra Modi will be prime minister in 2024) ৷ তেওঁ লগতে বিজেপি দলৰ সাংগঠনিক ভেঁটি সবল কৰাৰ উদ্দেশ্যে কেইবাটাও সমষ্টিৰ দায়িত্ব প্ৰদান কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

২০২৪ ত পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী, ইয়াত কোনো সন্দেহ নাই: ৰামেশ্বৰ তেলী

ইয়াৰোপৰি অসমত আপৰ উত্থান সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আপই সুন্দৰ সপোন দেখিছে, যি সপোন কেতিয়াও পূৰ্ণ নহয় বুলি সমালোচনা কৰে ৷

লগতে পঢ়ক:গোলাঘাটত পূজাৰ বতৰত ছাত্ৰৰ ব্যতিক্ৰমী পদক্ষেপ

ABOUT THE AUTHOR

...view details