ডিব্ৰুগড়, 30 জানুৱাৰীঃ চলিত বৰ্ষৰ এপ্ৰিলত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আপোন ঘৰলৈ ঘূৰি আহিব বুলি আশাবাদী সেনাধ্যক্ষজনৰ ভাতৃ বিমল বৰুৱাৰ লগতে পৰিয়াল ৷ সাৰ্বভৌমত্বৰ বিষয়টো চৰকাৰ আৰু আলফাৰ মাজৰ কথা বুলি উল্লেখ কৰি জেষ্ঠ ভাতৃ বিমল বৰুৱাই ক'লে চৰকাৰে যদি শান্ত আৰু সন্মানজনক পৰিৱেশত নিমন্ত্ৰণ জনাই তেতিয়া তেওঁলোকে এই সুযোগ গ্ৰহণ কৰিব লাগে বুলি মোৰ বিশ্বাস বুলি মন্তব্য কৰে ভাতৃ বিমল বৰুৱাই ।
চৰকাৰে শান্তি তথা সন্মানজনকভাৱে নিমন্ত্ৰণ জনালে ঘূৰি আহিব পৰেশ বৰুৱাঃ বিমল বৰুৱা - paresh barua brother bimal barua
পৰেশ বৰুৱাৰ প্ৰত্যাৱৰ্তনক লৈ ভাতৃৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰে শান্ত পৰিৱেশত, সন্মানজনক পৰিৱেশত নিমন্ত্ৰণ জনালে পৰেশ বৰুৱা ঘূৰি আহিব বুলি মন্তব্য কৰে ভাতৃ বিমল বৰুৱাই ৷

চৰকাৰে শান্তি তথা সন্মানজনকভাৱে নিমন্ত্ৰণ জনালে ঘূৰি আহিব পৰেশ বৰুৱাঃ বিমল বৰুৱা
চৰকাৰে শান্তি তথা সন্মানজনকভাৱে নিমন্ত্ৰণ জনালে ঘূৰি আহিব পৰেশ বৰুৱাঃ বিমল বৰুৱা
আৰু পঢ়কঃ পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ ছাৰ্জীল ইমাম