ডিব্ৰুগড়,4জুলাইঃ আলফাৰ লগত জড়িত হৈ থকা ছ‘চিয়েল মিডিয়াৰ প্ৰফাইল মনিটৰ কৰি ডিব্ৰুগড় আৰক্ষীয়ে চাবুৱা থানাৰ অন্তৰ্গত পানীতোলা নগাঁৱৰ পৰা ডেনিছ গগৈ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰাৰম্ভিক জেৰা আৰু তদন্তত পাছত জানিব পাৰে যে, ডেনিছে আলফাৰ হৈ বহু পষ্ট ছেয়াৰ কৰা, লগতে আলফা কেডাৰৰ লগত কথোপকথন আৰু সদস্য ভৰ্তিত বহু অৰিহণা যোগাই আহিছিল ।
আলফাৰ লিংকমেন আটক - চ‘ছিয়েল মিডিয়াৰ প্ৰফাইল মনিটৰ
আৰক্ষীৰ মতে প্ৰাৰম্ভিক জেৰা আৰু তদন্তত পাছত জানিব পাৰে যে ডেনিছে আলফাৰ হৈ বহু পষ্ট ছেয়াৰ কৰা, লগতে আলফা কেডাৰৰ লগত কথোপকথন আৰু সদস্য ভৰ্তিত বহু অৰিহণা যোগাই আহিছিল ৷

আলফাৰ লিংকমেন আটক
আলফাৰ লিংকমেন আটক
আনহাতে লগতে কোনোবাই আলফাত যোগদানৰ বাবে মন মেলিলে ডেনিছে আলফা যোগদানৰ বাট সূচল কৰি দি সহায় কৰে বুলিও জানিব পৰা গৈছে । ইয়াৰ পূৰ্বেও আলফাৰ পতাকা উৰুৱাই গ্ৰেপ্তাৰ হৈছিল যুৱকজন ।
লগতে পঢ়কঃ চীন সীমান্তৰ সংঘাতৰ মাজতে ভাৰতক সমৰ্থন জাপানৰ