অসম

assam

By

Published : Nov 6, 2022, 9:35 PM IST

ETV Bharat / state

Two people arrested with Pistol: টিংখাঙত .22 পিষ্টলসহ আটক দুই যুৱক

টিংখাঙত সেনা বাহিনীয়ে বিশেষ অভিযান চলাই শালমাৰী চাহ বাগিচাৰ ধমন তিনঠেঙীয়াৰ পৰা .22 পিষ্টলসহ দুই যুৱকক আটক কৰে (Two people arrested with pistol at Tingkhang) ৷

Two people arrested with  pistol at Tingkhang
টিংখাঙত .22 পিষ্টলসহ আটক দুই যুৱক

  • টিংখাঙত .22 পিষ্টলসহ আটক দুই যুৱক
  • শালমাৰী চাহ বাগিচাৰ ধমন তিনঠেঙীয়াৰ পৰা আটক কৰা হয় যুৱক দুজনক
  • সেনা বাহিনীয়ে বিশেষ অভিযান চলাই দুই যুৱকক আটক কৰে
  • আটকাধীন যুৱকদ্বয় মিলেশ্বৰ কিষাণ ওৰফে সুনীল (৩০) আৰু সম্পদ চেৰুৱা ওৰফে ৰাহুল (৩০ )
  • যুৱক দুজনৰ পৰা.২২ এটা পিষ্টল ৪ টা সজীৱ গুলী উদ্ধাৰ
  • টিংখাং থানাত 111/22 U/S 25 (1) (A) অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details