অসম

assam

By

Published : Jun 12, 2020, 8:02 AM IST

ETV Bharat / state

টিংখাঙত পুনৰ 2 জন কোভিড-19 পজিটিভ

চেন্নাইৰ পৰা আহি মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেন্টাইন হৈ আছিল যুৱক দুজন ৷

Two more covid-19 positive cases found at Tingkhang
টিংখাঙত পুনৰ 2 জন কোভিড-19 পজিটিভ

টিংখাং, 12 জুন: ৰাজ্যত অব্যাহত আছে কোভিড-19 ৰ আতংক ৷ ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত দুজন যুৱকৰ দেহত পোৱা গৈছে কোভিড-19 ৰ অৱস্থিতি ৷ যুৱক দুজন টিংখাঙৰ 1 নং চাৰেং পথাৰৰ গাঁৱৰ এলিন চাংমাই (23) আৰু তিনি নং গেৰেকনী ৰবিন গঁড় (24)।

টিংখাঙত পুনৰ 2 জন কোভিড-19 পজিটিভ

চেন্নাইৰ পৰা আহি মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেন্টাইন হৈ আছিল যুৱক দুজন ৷ আক্ৰান্ত দুই যুৱকক 108 এম্বুলেঞ্চৰ জৰিয়তে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে প্ৰশাসনে ৷

লগতে পঢ়কঃ বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন

ABOUT THE AUTHOR

...view details