অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে : এডিজিপি হীৰেন নাথ
‘‘অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে । অস্ত্ৰ আৰু হিংসাৰে সমস্যা সমাধান কৰিবলৈ যোৱাৰ ফলত বহু বিদ্ৰোহী সংগঠন বিফল হৈছে আৰু এতিয়া বহু সশস্ত্ৰ সংগ্ৰামী নেতা মূল সূঁতিলৈ ঘূৰি আহিছে ৷ এইটো আচলতে এটা ভুল সিদ্ধান্ত ৷’’ ডিব্ৰুগড়ত এই মন্তব্য কৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে ৷
গোলাঘাটত দাৰে ঘপিয়াই হত্যা এজনক: ৰাইজে জ্বলালে অভিযুক্তৰ ঘৰ-বাৰী
গোলাঘাট জিলাৰ আঠখেলীয়া বেবেজিয়াত লোমহৰ্ষক হত্যাকাণ্ড (Sensational murder in Golaghat) । অভিযোগ অনুসৰি, নাজিদুৰ ৰহমানৰ দাৰ ঘাপত নিহত দিব্যজ্যোতি দাস(32) আৰু গুৰুতৰভাৱে আহত হয় দিব্যজ্যোতি দাসৰ পত্নী-পুত্ৰ ৷
কেউফালে পানী; নাৱত উঠি পঢ়াশালিলৈ আহিছে এইসকল শিশু
দামী দামী বাহনৰ সলনি ৰাজ্যৰ এখন বিদ্যালয়লৈ যাবলৈ ছাত্ৰ-ছাত্ৰীক লাগে কেৱল নাও (Students come by boat to a school in Jonai) ৷ ভৱিষ্যৎ ৰঙীন কৰাৰ স্বাৰ্থত প্ৰতি পুৱাই হাতত ফলি, কিতাপ লৈ নাৱত উঠি বিদ্যালয়লৈ আহে এজাক কণমানি ৷ পিছে ক’ত আছে এই বিশেষ বিদ্যালয়খন ?
বেকী নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ : অখিল গগৈ
বেকী নৈৰ খহনীয়াত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব চৰকাৰ ৷ কলগাছিয়াৰ শঁওপুৰত বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Akhil Gogoi visited Beki river erosion area) ৷
অখিল গগৈক গামোচা পিন্ধাব খোজে জয়ন্ত মল্লবৰুৱাই !
কংগ্ৰেছ দলক শক্তিহীন আৰু ধ্বংসমুখী আখ্যা দিলে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্লবৰুৱাই (Jayanta Mallabaruah criticizes congress)৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকে ধৰি কেইবাটাও নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় বৰণ কৰা কংগ্ৰেছ দলটোৰ বৰ্তমান কোনো প্ৰাসংগিকতা নাই বুলি উল্লেখ কৰে বিধায়কজনে ৷