চি পি আইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ - assam news
অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ উলিয়াই দিয়াৰ নামত দালাল চক্ৰৰ ধন আত্মসাৎ ৷ চিপিআইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৷

চিপিআইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ
টিংখাঙত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ প্ৰদানত বৃহৎ দালালৰাজ ৷ ক্ষতিপূৰণ প্ৰদানৰ নামত টিংখাঙৰ তকেইবাটাও সহজ সৰল পৰিয়ালৰ পৰা ধন সৰকাই নিয়াৰ অভিযোগ চিপিআইৰ নেতাৰ বিৰুদ্ধে ৷ এক প্ৰতিবেদন.......
চিপিআইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ