টিংখাং, 10 ছেপ্টেম্বৰ:কৰ’ণা সংকটৰ মাজতেই টিংখাঙত কঠোৰ হৈ পৰিছে আৰক্ষী ৷ টিংখাঙৰ ৰাজগড়ত মাস্কবিহীন লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ৷ টিংখাঙৰ ৰাজগড়ত মাস্কবিহীন লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ৷ অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
মাস্কবিহীন লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী - social distence
কৰ’ণা সংকটৰ মাজতেই টিংখাঙত কঠোৰ হৈ পৰিছে আৰক্ষী ৷ টিংখাঙৰ ৰাজগড়ত মাস্কবিহীন লোকৰ বিৰুদ্ধে ৷ টিংখাঙৰ ৰাজগড়ত মাস্কবিহীন লোকৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ৷
মাস্কবিহীন লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী
ৰাইজৰ এনে ভয়াৱহ পৰিস্থিতিৰ পাছতো কাণসাৰ নাই সাধাৰণ জনতাৰ৷ মাস্ক,সামাজিক দুৰত্ব আদিৰ নীতি নিয়ম উলংঘা কৰিছে একাংশ ৰাইজে ৷ স্থানীয় ৰাইজৰ এনে কাণ্ডজ্ঞানহীন কামৰ বাবেই এতিয়া কঠোৰ হৈছে টিংখাং আৰু ৰাজগড় আৰক্ষী ৷ বৃহস্পতিবাৰে ৰাজগড় আৰক্ষীয়ে ৰাজগড় শ্বহীদ বেদী তিনিআলিত আৰু শ্ৰীশ্ৰী যুৰীয়া আই থানৰ সন্মুখত অভিযান চলাই মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰাৰ লগতে এহেজাৰকৈ টকা জৰিমনা বিহা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক :এখন বিশেষ গাড়ীৰে সপোন ৰচিছে এজন যুৱকে