টিংখাং,28 ছেপ্টেম্বৰঃ হাতত কোৰ লৈ চাফাই অভিযানত ব্যস্ত এজন জনপ্ৰতিনিধি ৷ ৰাজ বিলাসিতা এৰি লেতেৰা নিষ্কাষণত ব্যস্ত টিংখাঙৰ বিধায়ক বিমল বড়া ৷ "স্বচ্ছতাই সেৱা" এই শ্ল'গান হাতে-কামে শুকুৰবাৰে কৰি দেখুৱালে বিধায়ক গৰাকীয়ে ৷
"স্বচ্ছতাই সেৱা"- হাতে কামে কৰি দেখুৱালে বিধায়ক বিমল বড়াই - হাতত কোৰ লৈ চাফাই অভিযানত জনপ্ৰতিনিধি
হাতত কোৰ লৈ চাফাই অভিযানত ব্যস্ত এজন জনপ্ৰতিনিধি ৷ ৰাজ বিলাসিতা এৰি লেতেৰা নিষ্কাষণত ব্যস্ত টিংখাঙৰ বিধায়ক বিমল বড়া ৷ "স্বচ্ছতাই সেৱা" এই শ্ল'গান হাতে-কামে শুকুৰবাৰে কৰি দেখুৱালে বিধায়ক গৰাকীয়ে ৷
!["স্বচ্ছতাই সেৱা"- হাতে কামে কৰি দেখুৱালে বিধায়ক বিমল বড়াই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4579233-thumbnail-3x2-t.jpg)
ৰাজ বিলাসীতা এৰি লেতেৰা নিষ্কাষণত ব্যস্ত জনপ্ৰতিনিধি
ৰাজ বিলাসীতা এৰি লেতেৰা নিষ্কাষণত ব্যস্ত জনপ্ৰতিনিধি
শনিবাৰে পুৱাই টিংখাং খণ্ড উন্নয়ন বিষয়াৰ লগতে দলীয় কৰ্মী সকলক লগত লৈ টিংখাঙৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ৰাজগড় চহৰত চাফাই অভিযানত নামি পৰিল বিধায়ক গৰাকী ৷ বিধায়ক গৰাকীৰ এনে পদক্ষেপে উদ্যোক্তাসকলৰ লগতে স্থানীয় ৰাইজকো স্বাভাৱিকতে উৎসাহিত কৰি তোলে ৷
উল্লেখযোগ্য যে, বিধায়ক গৰাকীয়ে প্লাষ্টিক জাতীয় সামগ্ৰীয়ে জৈৱ বৈচিত্ৰৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ প্ৰতিও ৰাইজক সজাগ- সচেতন হ'বলৈ আহ্বান জনায় ৷