অসম

assam

By

Published : Mar 5, 2021, 9:56 PM IST

ETV Bharat / state

মাহমৰা ৰঙাবামত বিজেপিত যোগদান শতাধিক লোকৰ

শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰে । মাহমৰা বিধায়ক তথা মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।

মাহমৰা ৰঙাবামত বিজেপিত যোগদান শতাধিক লোকৰ
মাহমৰা ৰঙাবামত বিজেপিত যোগদান শতাধিক লোকৰ

টিংখং,5 মাৰ্চঃ টিংখাং সমষ্টিৰ কাষতে লাগি থকা মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত উদয়পূৰ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৰঙাবাম ৰাজহুৱা পেক্ষাগৃহ ভাৰতীয় জনতা প্ৰাৰ্থীৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত কংগ্ৰেছৰ ৱাৰ্ড সদস্যা মীৰা পাল লগতে তেওঁৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰে। মাহমৰা বিধায়ক তথা মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।

মাহমৰা ৰঙাবামত বিজেপিত যোগদান শতাধিক লোকৰ

যোগদান কৰা প্ৰতিগৰাকীক দলীয় গামোচা টুপিৰে আদৰণি জনায়। উক্ত যোগদান অনুষ্ঠানটিত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাচা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা মিলন পঞ্চায়তৰ সভাপতি নৱ বৰুৱা, উদয়পুৰ পঞ্চায়তৰ সভানেত্রী স্মৃতি দুৱৰা লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

মাহমৰা ৰঙাবামত বিজেপিত যোগদান শতাধিক লোকৰ

লগতে পঢ়কঃ বিকল্প হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিব মহন্তই !

ABOUT THE AUTHOR

...view details