অসম

assam

ETV Bharat / state

আৱতৰীয়া শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমিৰ

দেওবাৰে নিশা অহা এজাক শিলাবৃষ্টিৰ ফলত টিংখাঙৰ বুঢ়িদিহিং নৈৰ পাৰৰ বিস্তীৰ্ণ কৃষিভূমিৰ ক্ষতিসাধন ৷ উপায়হীন হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল ৷

বিস্তৰ ক্ষতিসাধন টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমিৰ
বিস্তৰ ক্ষতিসাধন টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমিৰ

By

Published : Jan 20, 2020, 12:45 PM IST

টিংখাং, 20 জানুৱাৰীঃদেওবাৰে নিশা অহা এজাক শিলাবৃষ্টিয়ে ধ্বংস কৰিলে টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমি ৷ হঠাৎ গাজনি ঢেৰেকণিৰে অহা প্ৰৱল শিল বৰষুণৰ ফলত টিংখাঙৰ কৃষি প্ৰধান অঞ্চল চহৰীকটাৰ বুঢ়িদিহিং নৈৰ পাৰত কৰা কবি,বিলাহী,ৰঙালাও,মটৰ,জলকীয়াকে ধৰি বিভিন্ন প্ৰকাৰৰ শাক পাচলি খেতিৰ বিস্তৰ ক্ষতিসাধন হয় ৷ অতি পৰিশ্ৰমেৰে কৰা খেতিৰ এই ক্ষতিসাধনত এতিয়া উপায়হীন হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল ৷

শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন টিংখাঙৰ বিস্তীৰ্ণ কৃষিভূমিৰ

ABOUT THE AUTHOR

...view details