টিংখাং, 30 ছেপ্টেম্বৰঃআদিবাসীসকলক জনজাতিকৰণ প্ৰদানৰ দাবীত সদৌ আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ টিংখাঙৰ বিভিন্ন চাহ বাগিছাত পৰিলক্ষিত হয়। ইয়াৰোপৰি প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ক্ষোভ উজাৰে বঞ্চিত চাহ শ্ৰমিকসকলে। কেৱল ইমানেই নহয় টিংখাং চাহ বাগিচাত ৰাজ্যিক শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷
টিংখাঙৰ কেবাখনো চাহ বাগিছাত বন্ধৰ প্ৰভাৱ - টিংখাঙৰ কেবাখনো চাহ বাগিছাত বন্ধৰ প্ৰভাৱ
ইয়াৰোপৰি প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ক্ষোভ উজাৰে বঞ্চিত চাহ শ্ৰমিকসকলে । কেৱল ইমানেই নহয় টিংখাং চাহ বাগিচাত ৰাজ্যিক শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷
Tingkhang
লগতে পঢ়কঃতাঁতশালত চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 লৈ বৃদ্ধি কৰা,পূজাৰ পূৰ্বে 20 শতাংশ বনাচ প্ৰদান কৰা,ভূমি পট্টা প্ৰদান কৰা,জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে।