অসম

assam

ETV Bharat / state

কথা-বতৰাৰ মাজতেই তৰ্কাতৰ্কিঃ যুৱকক বাটামেৰে প্ৰহাৰ কৰি হত্য়া - টিংখাঙত এজন যুৱকক হত্যা

টিংখাঙত এজন যুৱকক হত্যা

By

Published : Nov 23, 2019, 2:44 PM IST

Updated : Nov 23, 2019, 3:06 PM IST

12:48 November 23

টিংখাঙৰ ৰঙাবননী গাঁৱত এজন যুৱকক নৃশংসভাৱে হত্যা ৷

টিংখাঙত এজন যুৱকক হত্যা

টিংখাং,23 নৱেম্বৰ:টিংখাঙৰ ৰঙাবননী গাঁৱত নিশা নৃশংস হত্যাকাণ্ড । দেৱজিৎ গগৈ নামৰ এজন যুৱকক হত্যা । একে গাঁৱৰে অৰ্পণ বড়া নামৰ যুৱকজনে হত্যা কৰে দেৱজিৎ গগৈক । ঘটনা অনুসৰি় সমন্ধীয় বায়েকৰ ঘৰত নিশা কথা বাৰ্তাৰ মাজতে কথা কৰ্কাতৰ্কি হোৱাত অৰ্পণ বড়াই এটা কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰে দেৱজিৎ গগৈক । 

ইফালে হত্য়াকাণ্ড সংঘটিত কৰিয়েই পলাতক অৱস্থাত আছে হত্যাকৰী অৰ্পণ বড়া । ইতিমধ্যে টিংখাং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মৃত দেৱজিৎ গগৈ পৰিয়ালে । বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনৰ মৃতদেহ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:মহিলাৰ শ্লীনতা হানিৰ চেষ্টাঃ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু মহিলা সমিতিৰ

Last Updated : Nov 23, 2019, 3:06 PM IST

ABOUT THE AUTHOR

...view details