গোহালি সদৃশ গৃহত জীৱনৰ আদি পাঠ লৈছে ছাত্ৰ-ছাত্ৰীয়ে... - ডিব্ৰুগড়
চৰকাৰী বিদ্যালয়ৰ দুদৰ্শা...শিক্ষা ব্যৱস্থাৰ নগ্ন স্বৰূপ উদঙাই দিছে টিংখাঙৰ এখন জৰাজীৰ্ণ বিদ্যালয়ে ৷
শিক্ষা ব্যৱস্থাৰ নগ্ন স্বৰূপ
টিংখাং,10 আগষ্টঃ টিংখাঙৰ এখন জৰাজীৰ্ণ বিদ্যালয়ে উন্মোচিত কৰিছে ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত চিত্ৰখন ৷ এনে বহু বিদ্যালয় আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সকলোৰে আজি একেই অৱস্থা ৷ চাওক কেনেকুৱা এক জৰাজীৰ্ণ পৰিৱেশ বিদ্যালয়ৰ নামত ৷ ১৯৮৫ চনতে স্থাপিত হোৱা ডিব্ৰুগড়ৰ টিংখাঙৰ লংবৈজান মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ অৱস্থাই ভৱাই তুলিব সকলোকে ৷ চাওক আমাৰ এই প্ৰতিবেদন...
- ৪৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী
- উৱলি যোৱা টিনৰ চালিৰ তলত কৰে পাঠদান
- ছাত্ৰ ছাত্ৰীক পঢ়াবৰ বাবে বিদ্যালয়খনত নাই ব্লেকবোৰ্ড
- ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই কোনো আচবাবো
- আজিলৈকে নাপালে চৰকাৰী ইউনিফৰ্মো
Last Updated : Aug 10, 2019, 3:36 PM IST