মৰাণ, 1 জুন : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামফাঁকে গাঁৱত মঙলবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী ৷ বিগত কেইবাটাও মাহ ধৰি নামফাকে গাঁৱৰ ৰাইজৰ পশুধন ভক্ষণ কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷
নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী - Tiger cage
বিগত কেইবাটাও মাহ ধৰি নামফাকে গাঁৱৰ ৰাইজৰ পশুধন ভক্ষণ কৰি অঞ্চলটোত ত্ৰাস সৃষ্টি কৰি আহিছিল এটা নাহৰফুটুকীয়ে ৷ অৱশেষত বন বিভাগৰ সহযোগিতাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো
![নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী Tiger cage closed at Naharkatia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11976459-thumbnail-3x2-k.jpg)
নাহৰকটীয়াত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী
নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী
স্থানীয় লোকে বন বিভাগক অৱগত কৰা বনবিভাগে নাহৰফুটুকীটো আৱদ্ধ কৰাৰ বাবে পিঞ্জৰা পাতে ৷ অৱশেষত মঙলবাৰে পুৱা বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো ৷ নাহৰফুটুকীটো আৱদ্ধ হোৱাত গাঁৱবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে ৷
লগতে পঢ়ক :নিশ্চয়তা: ৰাজ্যত ঘৰে ঘৰে হ'ব ক'ভিড পৰীক্ষা
Last Updated : Jun 1, 2021, 4:21 PM IST