- মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷
- উপাচাৰ্যক কাৰ্যালয়ত প্ৰৱেশত বাধা প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ৷
- বিশ্ববিদ্যালয়ত ৩৩ শতাংশকৈ ছাত্র-ছাত্ৰীৰ মাচুল বৃদ্ধি কৰাক লৈ প্ৰতিবাদ ৷
- মঙলবাৰৰ পৰাই স্নাতকোত্তৰ ছাত্র একতা সভাই সাব্য়স্ত কৰি আহিছে প্ৰতিবাদ ৷
- মাচুল বৃদ্ধিৰ সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি - students protest at dibrugarh university
মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । বিশ্ববিদ্যালয়ত ৩৩ শতাংশকৈ ছাত্র-ছাত্ৰীৰ মাচুল বৃদ্ধি কৰাক লৈ মংঙ্গলবাৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে স্নাতকোত্তৰ ছাত্র একতা সভাই । আজি পুনৰ পুৱাৰে পৰা প্ৰতিবাদত বহে স্নাতকোত্তৰ ছাত্র একতা সভাৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি
Last Updated : Aug 24, 2022, 2:50 PM IST