মৰাণ,11 মাৰ্চঃসমগ্র ৰাজ্যৰ লগতে বুঢ়ীদিহিং এৰাসূঁতিৰ দাঁতি কাষৰীয়া কাছমাৰী দেউৰী গাঁৱৰ সাৰ্বজনীন শিৱ মন্দিৰতো দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱ পূজা উদযাপন কৰে ।
ডিব্ৰুগড়তো পৰম্পৰা ৰক্ষা কৰি পালন শিৱৰাত্ৰী
সমগ্র ৰাজ্যৰ লগতে বুঢ়ীদিহিং এৰাসূঁতিৰ দাঁতি কাষৰীয়া কাছমাৰী দেউৰী গাঁৱৰ সাৰ্বজনীন শিৱ মন্দিৰতো দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱ পূজা উদযাপন কৰে ।
ডিব্ৰুগড়তো পৰম্পৰা ৰক্ষা কৰি পালন শিৱৰাত্ৰী
কাৰ্যসূচীমৰ্মে পুৱাৰ পৰা সমূহীয়াভাৱে মন্দিৰৰ চৌপাশ চাফ-চিকুণ, বৃক্ষৰোপণ, ধৰ্মধ্বজা উত্তোলন কৰে লোকভূষণ বঁটা প্ৰাপ্ত শ্রীশ্রী মুনমুন দেৱ গোস্বামীয়ে । ভকত গোপিনীৰ লগতে ৰাইজৰ উপস্থিতিত মন্দিৰৰ দুৱাৰ মুকলি কৰি নাম প্ৰসংগৰে পূজা-পাতল কৰা দেখা যায় ।
লগতে পঢ়কঃ কৰিমগঞ্জত 4 গৰাকী বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল