অসম

assam

ETV Bharat / state

মৰাণৰ লেজাইত অনুসূচীত জাতি উন্নয়ন ব'ৰ্ডৰ হিতাধিকাৰী মাজত সামগ্ৰী বিতৰণ - অনূসুচীত জাতি উন্নয়ন বৰ্ড

প্ৰায় 120 গৰাকী হিতাধীকাৰীৰ মাজত প্ৰদান কৰে এই সামগ্ৰী । ইয়াত পৰৱৰ্তী পৰ্যায়ত পুনৰ হিতাধিকাৰীৰ মাজত এই সামগ্ৰী বিতৰণ কৰা হ'ব বুলি অনূসুচীত জাতি উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

মৰাণৰ লেজাইত অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ হিতাধিকাৰী মাজত সামগ্ৰী বিতৰণ
মৰাণৰ লেজাইত অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ হিতাধিকাৰী মাজত সামগ্ৰী বিতৰণ

By

Published : Dec 13, 2020, 8:17 PM IST

মৰাণ, 13ডিচেম্বৰঃডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাই পঞ্চায়তৰ প্ৰাংগনত দেওবাৰে সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ অনুসূচীত জাতিৰ লোকৰ মাজত অনুসূচীত জাতি উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা যোগান ধৰে সৌৰশক্তি চালিত লাইট, বিশুদ্ধ খোৱাপানীৰ বাবে পানী ফিল্টাৰ আৰু কৃষকৰ বাবে প্ৰয়োজনীয় স্প্ৰে মেচিন ।

মৰাণৰ লেজাইত অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ হিতাধিকাৰী মাজত সামগ্ৰী বিতৰণ

উল্লেখযোগ্য যে, প্ৰায় 120 গৰাকী হিতাধীকাৰীৰ মাজত প্ৰদান কৰে এই সামগ্ৰী । ইয়াত পৰৱৰ্তী পৰ্যায়ত পুনৰ হিতাধিকাৰীৰ মাজত এই সামগ্ৰী বিতৰণ কৰা হ'ব বুলি অনূসুচীত জাতি উন্নয়ন বৰ্ডৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।

মৰাণৰ লেজাইত অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ হিতাধিকাৰী মাজত সামগ্ৰী বিতৰণ

উল্লেখযোগ্য যে, সামগ্ৰী বিতৰণ অনুষ্ঠানত অনুসূচীত জাতি মৰ্চাৰ ডিব্ৰুগড় জিলাৰ সভাপতি গকুল দাস, উপ-সভাপতি বৈকুন্ঠ দাস, লেজাই পঞ্চায়তৰ সভানেত্ৰী ৰিমা দাস, S.T উন্নয়ন বৰ্ডৰ সদস্য ভয়ব শইকীয়া, যুৱমৰ্চাৰ লৰুৱা মণ্ডলৰ উপ-সভাপতি মৃনাল দাসকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি আৰু অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে ।

মৰাণৰ লেজাইত অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ হিতাধিকাৰী মাজত সামগ্ৰী বিতৰণ
লগতে পঢ়কঃ এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে দিন কটাব পাৰিব:প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details