অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ লেপেটকতাত নিৰ্মাণ BCPLৰ HPGৰ দ্বিতীয় অংশ - তপন গগৈ

ডিব্ৰুগড় লেপেটকতাত HPGৰ প্ৰথম অংশ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছিল 386 কোটি টকা ৷ আনহাতে,দ্বিতীয় অংশ নিৰ্মাণৰ বাবে আগবঢ়াই 125.99 কোটি ৷

ডিব্ৰুগড়ৰ লেপেটকতাত নিৰ্মাণ BCPLৰ HPGৰ দ্বিতীয় অংশ

By

Published : Sep 20, 2019, 4:44 PM IST

ডিব্ৰুগড়, 20 ডিচেম্বৰঃ কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী সদানন্দ গৌড়াই ডিব্ৰুগড়ৰ লেপেটকতাত বৃহস্পতিবাৰে স্থাপন কৰিলে BCPLৰ HPGৰ দ্বিতীয় অংশৰ আধাৰশিলা ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ লগতে উপস্থিত বিধায়ক তপন গগৈৰ লগতে বহুকেইজন গণ্য-মান্য ব্যক্তি ৷

ডিব্ৰুগড়ৰ লেপেটকতাত নিৰ্মাণ BCPLৰ HPGৰ দ্বিতীয় অংশ

উল্লেখ্য যে, ডিব্ৰুগড় লেপেটকতাত HPGৰ প্ৰথম অংশ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই 386 কোটি টকা ৷ আনহাতে,দ্বিতীয় অংশ নিৰ্মাণৰ বাবে আগবঢ়াই 125.99 কোটি ৷ 2016 চনৰ 2 জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মোদীয়ে প্ৰায় 9.965 কোটি টকা ব্যয় সাপক্ষে আৰম্ভ কৰিছিল এই প্ৰকল্প ৷

ABOUT THE AUTHOR

...view details