ডিব্ৰুগড়ৰ আমোলাপট্টিৰ 37 ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা - গ্ৰেণ্ড আইটেন
চিজি পূৰ্বাঞ্চল কলেজৰ এজন ছাত্ৰই এগৰাকী স্কুলীয়া শিক্ষাৰ্থীক স্কুটিৰে খুন্দিয়াই পলায়ন কৰিছিল ৷ তেনে সময়তে পুনৰ স্কুটি খনেৰে এখন গ্ৰেণ্ড আইটেন গাড়ীত খুন্দা মাৰে ছাত্ৰ জনে ৷
![ডিব্ৰুগড়ৰ আমোলাপট্টিৰ 37 ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4343624-thumbnail-3x2-bxdzsn1.jpg)
ডিব্ৰুগড়ৰ আমোলাপট্টিৰ 37 ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
ডিব্ৰুগড়, 5 চেপ্তেম্বৰঃ
- ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ 37 ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷
- চিজি পূৰ্বাঞ্চল কলেজৰ এজন ছাত্ৰই এগৰাকী স্কুলীয়া শিক্ষাৰ্থীক স্কুটিৰে খুন্দিয়াই পলায়ন কৰিছিল ৷
- তেনে সময়তে পুনৰ স্কুটি খনেৰে এখন গ্ৰেণ্ড আইটেন গাড়ীত খুন্দা মাৰে ছাত্ৰ জনে ৷
- দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হয় ছাত্ৰজন ৷