মৰাণ, 14 নৱেম্বৰ :ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কোটোহা পঞ্চায়তৰ জকাই দহ ঘৰীয়া কৈৱৰ্ত গাঁৱত পৰম পুৰুষোত্তম শ্ৰী শ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন কৰা হয় । আগমন তিথিত সমগ্ৰ জকাই অঞ্চলৰ লগতে ডিব্ৰুগড় চহৰৰ অসংখ্য ভকত বৈষ্ণৱৰ সমাগম হয় ।
মৰাণত শ্ৰীশ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন - মৰাণ সমষ্টি
মৰাণত পৰম পুৰুষোত্তম শ্ৰী শ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন ৷ পুৱাৰে পৰা নাম প্ৰসংগ,হৰিনামেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল ।
মৰাণত শ্ৰীশ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন
উল্লেখ্য যে, প্ৰতি বছৰে 27 কাতি তাৰিখে এই তিথি পালন কৰা হয় ৷ পুৱাৰে পৰা নাম প্ৰসংগ, হৰিনামেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল । অনুষ্ঠানত মৰাণ সমষ্টিৰ যুৱ নেতা তথা ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা উপস্থিত থাকে ।
লগতে পঢ়ক :ভোটাৰ তালিকা সংশোধনীৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন