ডিব্ৰুগড়,2 মে': কংগ্ৰেছে চাহ জনগোষ্ঠীৰ বাবে দীৰ্ঘকাল একো কৰাই নাছিল, চাহ বাগিচা প্ৰধান উজনিত আঁচনিৰ প্ৰভাৱ পৰাই নাছিল । পকী আলিবাটত চাহ বাগিচাৰ মানুহে দেখাই নাছিল, তাৰেই পৰিণতি দুবাৰকৈ কংগ্ৰেছৰ প্ৰায় হোৱাইট ৱাছৰ কাৰণ উজনিত । উজনিত পুনৰ কংগ্ৰেছৰ মুখ থেকেচা ৷ ডিব্ৰুগড়ত দ্বিতীয়বাৰলৈ হোৱাইট ৱাছৰ পাছতেই এই প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷
চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিলে: ৰামেশ্বৰ তেলী - প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ
উজনিত পুনৰ কংগ্ৰেছৰ মুখ থেকেচা ৷ চাহ জনগোষ্ঠীৰ বাবে দীৰ্ঘকাল একো কৰাই নাছিল কংগ্ৰেছে ৷ বিজেপিয়ে নিজৰ চমু কাৰ্যকালত যথেষ্ট কাম কৰি উন্নয়ন, আঁচনিৰ মুখ দেখালে চাহ জনগোষ্ঠীয় লোকক ৷ যাৰ বাবে বিজেপিয়ে এই বৃহৎ জয় পুনৰ সাব্যস্ত কৰিব পাৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্তব্য প্ৰকাশ ৷

চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিলে : ৰামেশ্বৰ তেলী
চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিলে : ৰামেশ্বৰ তেলী
উজনিত নিৰ্ণায়ক ভূমিকা পালন কৰি অহা চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপিয়ে নিজৰ চমু কাৰ্যকালত যথেষ্ট কাম কৰি উন্নয়ন, আঁচনিৰ মুখ দেখালে চাহ জনগোষ্ঠীয় লোকক ৷ যাৰ বাবে বিজেপিয়ে এই বৃহৎ জয় পুনৰ সাব্যস্ত কৰিব পাৰিলে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷