অসম

assam

ETV Bharat / state

ৰামেশ্বৰ তেলীৰ ভোটদান - rameswar teli

দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ দিনা বহু ভি ভি আই পিক দেখা গ’ল ভোটদাতাৰ শাৰীত ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ সাংসদ তথা বিজেপিৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়েও শাৰী পাতে ভোটকেন্দ্ৰত ৷

ৰামেশ্বৰ তেলীৰ ভোটদান

By

Published : Apr 11, 2019, 3:13 PM IST

ডিব্ৰুগড়, 11 এপ্ৰিলঃ দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ দিনা বহু ভি ভি আই পিক দেখা গ’ল ভোটদাতাৰ শাৰীত ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ সাংসদ তথা বিজেপিৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়েও শাৰী পাতে ভোটকেন্দ্ৰত ৷ দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত 101 নং টিপলিং ঘাট হাইস্কুল কেন্দ্ৰত নিজৰ ভোটদান সাব্যস্ত কৰে সাংসদ গৰাকীয়ে ৷

ৰামেশ্বৰ তেলীৰ ভোটদান

For All Latest Updates

ABOUT THE AUTHOR

...view details