অসম

assam

By

Published : Dec 9, 2019, 11:17 PM IST

ETV Bharat / state

চাবুৱাত হিংসাত্মক ৰূপত প্ৰতিবাদকাৰী

চাবুৱাৰ ৰে'লপথ অৱৰোধ কাৰ্যসূচীত হিংসাত্মক ৰূপ ধাৰণ কৰিলে প্ৰতিবাদকাৰীয়ে

চাবুৱা
হিংসাত্মক ৰূপত প্ৰতিবাদকাৰী

চাবুৱা, 9 ডিচেম্বৰ:মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাত উত্তপ্ত পৰিস্থিতি ৷ চাবুৱাৰ ৰে'লপথ অৱৰোধ কাৰ্যসূচীত হিংসাত্মক ৰূপ ধাৰণ কৰে প্ৰতিবাদকাৰীয়ে ৷ জানিব পৰা মতে, প্ৰতিবাদী কাৰ্যসূচী হৈ থকাৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ভাঙি চূৰমাৰ কৰে CRPF ৰ এখন চাৰিচকীয়া বাহন ৷ প্ৰতিবাদকাৰীয়ে পথতে বগৰাই দিয়ে CRPF ৰ বাহনখন ৷ বাহনখনৰ নম্বৰ AS-06V2392 ৷

হিংসাত্মক ৰূপত প্ৰতিবাদকাৰী

ABOUT THE AUTHOR

...view details