CAB ক লৈ পুনৰ কঁপিল অসম - নাগৰিকত্ব সংশোধনী বিধেয়ক
নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি আৰু বৃহত্তৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া এক জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

CAB ক লৈ পুনৰ কঁপিল অসম
ডিব্ৰুগড়, 11 অক্টোবৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ আন্দোলন ৷ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি আৰু বৃহত্তৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া এক জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই হাতে হাতে জোঁৰ লৈ বিধেয়ক খনৰ বিৰুদ্ধে শ্লোগান দিয়ে । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত তেওঁলোকৰ সংগ্ৰাম চলি থাকিব বুলি জনাই প্ৰতিবাদকাৰীয়ে ৷
CAB ক লৈ পুনৰ কঁপিল অসম