অসম

assam

By

Published : Jan 14, 2021, 7:17 PM IST

Updated : Jan 14, 2021, 9:37 PM IST

ETV Bharat / state

ভোগালীৰ প্ৰথম দিনাই 'কা' বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

চাবুৱাৰ ডিকমত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ কা বিৰোধিতাৰে মেজিত কা প্ৰতিলিপি দাহ কৰে চাবুৱা আঞ্চলিক সমিতিয়ে ৷

ভোগালীৰ প্ৰথম দিনাই 'কা' বিৰোধিতাৰে আছুৰ প্ৰতিবাদ
ভোগালীৰ প্ৰথম দিনাই 'কা' বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

মৰাণ,14 জানুৱাৰী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ডিকমত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ ভোগালী বিহুৰ প্ৰথম দিনটোতে চাবুৱা আঞ্চলিক সমিতিয়ে কা বিৰোধিতাৰে মেজিত কা প্ৰতিলিপি দাহ কৰে ৷

ভোগালীৰ প্ৰথম দিনাই 'কা' বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

আছু কৰ্মীসকলে 'কা আমি নামানো', 'নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰক', 'বিজেপি চৰকাৰ হায় হায়', 'সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ', 'নৰেন্দ্ৰ মোডী নিপাত যাওঁক', 'কা বাতিল কৰিবই লাগিব' আদি বিভিন্ন শ্ল'গান দি চাবুৱাৰ ডিকমত ভোগালী বিহুৰ দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:নিৰ্বাচনী প্ৰচাৰ সভাত ক'লা পতাকা প্ৰদৰ্শনৰ হুংকাৰ আমছুৰ

Last Updated : Jan 14, 2021, 9:37 PM IST

ABOUT THE AUTHOR

...view details