ডিব্ৰুগড় , ৩১ জানুৱাৰী :সমগ্ৰ দেশৰ লগতে দেওবাৰে ডিব্ৰুগড় জিলাতো পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ ডিব্ৰুগড় নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকাই আনুষ্ঠানিকভাৱে অভিযানৰ শুভাৰম্ভ কৰে ৷
ডিব্ৰুগড়ত আৰম্ভ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী - ডিব্ৰুগড়ত আৰম্ভ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী
ডিব্ৰুগড় নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকাই আনুষ্ঠানিকভাৱে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰে ৷
ডিব্ৰুগড়ত আৰম্ভ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী
শুভাৰম্ভণি অনুষ্ঠানত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডা০ কৃষ্ণা কেম্প্ৰাই, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ নৱজ্যোতি গগৈ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এছ.এম.অ' ডা০ পল্লৱী কোঁৱৰ উপস্থিত থাকে ।
লগতে পঢ়ক :৪০ বছৰে সংগীত সাধনাত ব্যস্ত জামুগুৰিহাটৰ এজন অখ্যাত শিল্পী