- ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টল উদ্ধাৰ (Dibrugarh Firing Incident)
- সিদ্ধাৰ্থ ৰাজখোৱাৰ গুলীবিদ্ধ (Sidhartha Rajkhowa Firing Incident) ঘটনাত ব্যৱহাৰ হোৱা পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে
- যোৱা ৩০ অক্টোবৰৰ সন্ধিয়া সিদ্ধাৰ্থ ৰাজখোৱাক লালুকা গাঁৱত গুলীয়াই পলায়ন কৰিছিল দুৰ্বৃত্তই
- বুকু ভেদি গৈছিল সিদ্ধাৰ্থ ৰাজখোৱাৰ
- কিছুদিনৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছিল
- সোমবাৰে আৰক্ষীয়ে অৰূপ গগৈ ওৰফে টিপুক গ্ৰেপ্তাৰ কৰে
- টিপুৰ স্বীকাৰোক্তিৰ ভিত্তি তেজপৰা গাঁৱৰ এটা নলাৰ কাষৰ পৰা লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে পিষ্টলটো
- নলাৰ কাষৰ পৰা 9AM পিষ্টলটো উদ্ধাৰ কৰে আৰক্ষীয়ে
- ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
Dibrugarh Firing Incident update: ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ - Pistol rescued used in Dibrugarh Firing Incident
ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টল উদ্ধাৰ (Dibrugarh Firing Incident)৷ সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ধৃত অৰূপ গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত তেজপৰা গাঁৱৰ এটা নলাৰ কাষৰ পৰা লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে পিষ্টলটো (Pistol rescued used in Dibrugarh Firing Incident )৷
Dibrugarh Firing Incident: ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ