অসম

assam

ETV Bharat / state

APDCL ৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে ডিব্ৰুগড়ত বিৰোধী দলৰ প্ৰতিবাদ - অসম শক্তি বিতৰণ কোম্পানী

ডিব্ৰুগড়ত বিৰোধী দলৰ প্ৰতিবাদ ৷ অসম শক্তি বিতৰণ কোম্পানীৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দল সমূহে ৷

opposition-party-protests-in-dibrugarh-against-privatization-of-apdcl
APDCL ৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে ডিব্ৰুগড়ত বিৰোধী দলৰ প্ৰতিবাদ

By

Published : Dec 4, 2020, 6:04 PM IST

মৰাণ, 4 ডিচেম্বৰ : অসম শক্তি বিতৰণ কোম্পানীৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি শুকুৰবাৰে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ জিলা বিদ্যুৎ বিতৰণ কোম্পানীৰ মুখ্য কাৰ্যালয়ত বিৰোধী ৰাজনৈতিক দল সমূহে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীৰ মন্তব্য

প্ৰতিবাদস্থলীৰ পৰাই শাসকীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰে চৰকাৰক অসম শক্তি বিতৰণ কোম্পানীৰ ব্যক্তিগতকৰণ ৰোধ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক :নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বাক্সাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details