ডিব্ৰুগড় , 6 মাৰ্চঃ নাহৰকটীয়া আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৃহস্পতিবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে পলাতক অপৰাধী তপন হাজৰিকাক ৷ ছাই টেলিকম প্ৰতিষ্ঠানৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল তপন হাজৰিকা ৷ নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান । নাহৰকটীয়া থানাৰ ২৪/২০ গোচৰত অভিযুক্ত আছিল পলাতক লোকজন ৷ নাহৰকটীয়া আৰক্ষীয়ে অস্ত্ৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক ৷
আৰক্ষীৰ জালত নাহৰকটীয়া ডকাইতি কাণ্ডৰ তৃতীয়টো ডকাইত - নাহৰকটীয়া আৰক্ষীয়ে আটক কৰিলে পলাতক অপৰাধী তপন হাজৰিকাক
নাহৰকটীয়া আৰক্ষীয়ে অস্ত্ৰ আইনৰ অধীনত আটক কৰে পলাতক অপৰাধী তপন হাজৰিকাক ৷ নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলা অভিযানত আটক কৰা হয় অপৰাধীজনক ৷

নাহৰকটিনাহৰকটীয়া আৰক্ষীৰ জালত টেলিকম প্ৰতিস্থানৰ ডকাইটি কাণ্ডত জড়িত ডকাইত