অসম

assam

By

Published : Oct 23, 2019, 10:41 PM IST

Updated : Oct 24, 2019, 12:53 PM IST

ETV Bharat / state

নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহা

নাহৰকটীয়াত জয়পুৰ বন-কৰ্মী অভিযানত চালকসহ বালি কঢ়িয়াই নিয়া তিনিখন ডাম্পাৰ জব্দ ৷

নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহা

নাহৰকটীয়া,23 অক্টোবৰ: নাহৰকটীয়াত বালি মাফিয়াৰ দপদপনি ৷ অবৈধভাৱে বালি খনন কৰি একাংশ বালি মাফিয়া চলাই আছে ৰমৰমীয়া বেহা । উল্লেখযোগ্য যে, কিছু দিন ধৰি নাহৰকটীয়া তথা নাহৰকটীয়াৰ সমীপৰ বিভিন্ন অঞ্চলত কোনো চৰকাৰী অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধ ভাৱে বালি খনন কাৰ্য্য চলি আছিল ৷ এই বিষয়ে সম্ভেদ পাই বৃহস্পতিবাৰে জয়পুৰ বন কৰ্মী সকলে অভিযান চলাই চালকসহ তিনি খন বালি কঢ়িয়াই নিয়া ডাম্পাৰ জব্দ কৰে ৷

নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহা: বালি কঢ়িয়াই নিয়া তিনিখন ডাম্পাৰ জব্দ বন কৰ্মীৰ
Last Updated : Oct 24, 2019, 12:53 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details