- ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক(Moran police station OC reserve closed)
- থানাৰ ভিতৰত যুৱকক শাৰীৰিক অত্যাচাৰ চলোৱাৰ অপৰাধত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল‘জ কৰা হৈছে
- শুকুৰবাৰে ডিমৌৰ ১১ জন যুৱকক থানালৈ আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে(Moran OC tortured youth in police station)
- আৰক্ষী বিষয়াগৰাকীৰ প্ৰহাৰত চিকিৎসাধীন হ’বলগীয়া হৈছিল দুজন যুৱক