মৰাণ, 20এপ্ৰিলঃৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা দেখা গৈছে জীৱ-জন্তুক ৷ সোমবাৰেও মৰাণৰ শিংৰীজানৰ বাঁহবাৰীত লুপ্তপ্ৰায় লাজুকী মাইকী বান্দৰ উদ্ধাৰ কৰা হৈছে ৷ বাঁহবাৰীৰ এঘৰ লোকৰ জেওৰাত বগাই থকা অৱস্থাত মাইনা নামৰ এজন যুৱকে উদ্ধাৰ কৰে লাজুকী বান্দৰটোক ৷ ইয়াৰ পিছত নাফুকস্থিত সোণাৰি বন সংমণ্ডলৰ বনকৰ্মী উপস্থিত হৈ চমজি লয় লাজুকী বান্দৰটোক ৷
মৰাণত লুপ্তপ্ৰায় লাজুকী বান্দৰ উদ্ধাৰ - মাইনা নামৰ এজন যুৱকে উদ্ধাৰ কৰে লাজুকী বান্দৰটোক
বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বন্যপ্ৰাণীৰ ৷
![মৰাণত লুপ্তপ্ৰায় লাজুকী বান্দৰ উদ্ধাৰ Monkey rescue in Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6865616-thumbnail-3x2-p1.jpg)
মৰাণত লুপ্তপ্ৰায় লাজুকী বান্দৰ উদ্ধাৰ
মৰাণত লুপ্তপ্ৰায় লাজুকী বান্দৰ উদ্ধাৰ