মৰাণ,5 মাৰ্চঃ ঘোষণা হ'ল শাসক দল বিজেপিৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা । ডিব্ৰুগড় জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ পূৰ্বৰ ৭ জন বিধায়কৰ ভিতৰত এজন বিধায়কে নাপালে দলীয় টিকট ।
ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ন বৰুৱাই এইবাৰ টিকটৰ পৰা বঞ্চিত হ'ল । টিকট লাভ কৰা বিধায়ক সকলক আজি সমষ্টিয়ে সমষ্টিয়ে দলীয় কৰ্মী সকলে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় ।
ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ন বৰুৱাই এইবাৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে ডিব্ৰুগড় সদৰ সমষ্টিত - প্ৰশান্ত ফুকন ,মৰাণ সমষ্টিত চক্ৰধৰ গগৈ, লাহোৱাল সমষ্টিত বিনোদ হাজৰিকা, দুলীয়াজান সমষ্টিত টেৰচ গোৱালা আৰু টিংখাং সমষ্টিত বিমল বৰা ৷
ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট একেদৰে নাহৰকটীয়া সমষ্টিত তৰংগ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ বিপৰীতে চাবুৱা সমষ্টিটো এইবাৰ অসম গণ পৰিষদ দলক এৰি দিলে বিজেপিয়ে । চাবুৱাত এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব পোনাকণ বৰুৱা ।
ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট লগতে পঢ়কঃ
বিকল্প হিচাপে কি পদক্ষেপ গ্ৰহণ কৰিব মহন্তই !