অসম

assam

ETV Bharat / state

'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ বাবে শুভেচ্ছা বিধায়ক চক্ৰধৰ গগৈৰ

ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে বিগত বৰ্ষত জন্মলাভ কৰা 'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন বৃহস্পতিবাৰৰ পৰা মৰাণত আৰম্ভ হ'ব ৷ যাৰ বাবে দলটোক শুভেচ্ছা জ্ঞাপন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷

বিধায়ক চক্ৰধৰ গগৈ
বিধায়ক চক্ৰধৰ গগৈ

By

Published : Jan 7, 2021, 9:45 AM IST

Updated : Jan 7, 2021, 11:48 AM IST

মৰাণ, 7 জানুৱাৰী: বৃহস্পতিবাৰৰ পৰা মৰাণত আৰম্ভ হ'ব ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে বিগত বৰ্ষত জন্মলাভ কৰা 'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন ৷ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত অভিৱৰ্তনৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিৰ লগতে আহ্বায়ক সকল আহি উপস্থিত হৈছেহি মৰাণত ৷

'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ বাবে শুভেচ্ছা বিধায়ক চক্ৰধৰ গগৈৰ

9 জানুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া অভিৱৰ্তনৰ বাবে দলটোত শুক্ষেচ্ছা জ্ঞাপন কৰিলে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ কিন্তু অভিৱৰ্তনে মৰাণ সমষ্টিত কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ নেপেলায় বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক:শিলচৰত তুংগত কৃষি আইন বিৰোধী প্ৰতিবাদ

Last Updated : Jan 7, 2021, 11:48 AM IST

ABOUT THE AUTHOR

...view details