অসম

assam

ETV Bharat / state

আটাছুৰ উদ্যোগত ৰাংছালি গাঁৱত অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী - আটাছুৰ উদ্যোগত ৰাংছালি গাঁৱত অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী

টাই-আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক ৩১ জানুৱাৰীত সমূহীয়াকৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে ৷ ডিব্ৰুগড় জিলাৰ খোৱাঙত আটাছুৰ উদ্যোগত ৰাংছালি গাঁৱত অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী । সেই উদ্দেশ্য় দেওবাৰে অভ্যৰ্থনা সমিতি গঠন সন্দৰ্ভত এক সমিতি গঠন কৰে খোৱাং আঞ্চলিক টাই-আহোম ছাত্ৰ সন্থাই ৷

মে-ডাম-মে-ফী
মে-ডাম-মে-ফী

By

Published : Dec 7, 2020, 2:03 PM IST

মৰাণ, 6 ডিচেম্বৰ:টাই-আহোমসকলৰ এক পৰম্পৰা হৈছে পূৰ্বপুৰুষৰ আৰাধনা ৷ মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে ৷ এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী ৷ টাই-আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক ৩১ জানুৱাৰীত সমূহীয়াকৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে ৷

আটাছুৰ উদ্যোগত ৰাংছালি গাঁৱত অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী

ডিব্ৰুগড় জিলাৰ খোৱাঙত আটাছুৰ উদ্যোগত ৰাংছালি গাঁৱত অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী । দেওবাৰে সদৌ টাই-আহোম ছাত্ৰ সন্থা (আটাছু) খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত ৰাংছালি গাঁৱত হ'বলগীয়া মে-ডাম-মে-ফীৰ বাবে অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷

লগতে পঢ়ক:পক্ষীৰ কাকলিত মুখৰিত এছিয়াৰ প্ৰথমখন চিৰিয়াখানা

ABOUT THE AUTHOR

...view details