মৰাণ,1 এপ্ৰিল: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ আৰু নাই ৷ বুধবাৰে নিশা প্ৰায় 10.45 বজাত ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে দুলু গগৈয়ে ৷
মাতৃহাৰা হ’ল লুৰিণজ্যোতি গগৈ - দুলু গগৈ
বুধবাৰে নিশা প্ৰায় 10.45 বজাত ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে ৷
![মাতৃহাৰা হ’ল লুৰিণজ্যোতি গগৈ মাতৃহাৰা হ’ল লুৰিণজ্যোতি গগৈ !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11232765-575-11232765-1617237571484.jpg)
মাতৃহাৰা হ’ল লুৰিণজ্যোতি গগৈ !
বিগত 29 মাৰ্চৰ পৰা উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল দুলু গগৈ ৷
লগতে পঢ়ক:বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই
Last Updated : Apr 1, 2021, 10:24 AM IST