ডিব্ৰুগড়, 20 ডিচেম্বৰ: বিজেপি চৰকাৰ সম্পৰ্কীয় এক সংবাদমেলৰ পিচতেই বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ভুমিকা সম্পৰ্কত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মন্তব্য :
মুখ্যমন্ত্ৰীৰ সংবাদ মেলৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ লুৰীণজ্যোতি গগৈৰ - বিজেপি চৰকাৰ সম্পৰ্কীয় সংবাদ মেল
বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ভুমিকা সম্পৰ্কত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া ৷
![মুখ্যমন্ত্ৰীৰ সংবাদ মেলৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ লুৰীণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰীৰ সংবাদ মেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5439482-thumbnail-3x2-kk.jpg)
মুখ্যমন্ত্ৰীৰ সংবাদ মেল
লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
মূখ্যমন্ত্ৰীক তেওঁৰ আসনৰ মৰ্যদা হানি নকৰি, আগন্তুক দিনত বিভ্ৰান্তমূলক কথাৰে অসমৰ ৰাইজক বিভ্ৰান্ত নকৰিবলৈ সকিয়াই দিয়ে ছাত্ৰনেতা গৰাকীয়ে ৷
লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
লগতে পঢ়ক:শিৱসাগৰত সমূহীয়া পদত্যাগ অসম যুৱ পৰিষদৰ
Last Updated : Dec 20, 2019, 8:40 PM IST