ডিব্ৰুগড়, 1 এপ্ৰিল : শোকাকুল পৰিৱেশৰ মাজত আজি অন্তেষ্টিক্ৰিয়া সম্পন্ন হয় লুৰিণ জ্যোতি গগৈৰ মাতৃৰ ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল দুলু গগৈ ।
শোকাকূুল পৰিৱেশৰ মাজত অন্তেষ্টিক্ৰিয়া লুৰিণৰ মাতৃৰ - lurinjyoti
শোকাকুল পৰিৱেশৰ মাজত আজি অন্তেষ্টিক্ৰিয়া সম্পন্ন হয় লুৰিণ জ্যোতি গগৈৰ মাতৃৰ ৷ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল দুলু গগৈ ।
![শোকাকূুল পৰিৱেশৰ মাজত অন্তেষ্টিক্ৰিয়া লুৰিণৰ মাতৃৰ শোকাকূল পৰিবেশৰ মাজত অন্তোষ্টিক্ৰিয়া সম্পন্ন দুলু গগৈৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11242253-thumbnail-3x2-gdg.jpg)
শোকাকূল পৰিবেশৰ মাজত অন্তোষ্টিক্ৰিয়া সম্পন্ন দুলু গগৈৰ
শোকাকূল পৰিবেশৰ মাজত অন্তোষ্টিক্ৰিয়া সম্পন্ন দুলু গগৈৰ
29 মাৰ্চৰ পৰা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ আইচিইউত ভৰ্তি হৈ আছিল মাতৃ দুলু গগৈ ৷ লুৰিণ জ্যোতি গগৈৰ মাতৃৰ বিয়োগত অসম জাতীয় পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক: জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ
Last Updated : Apr 2, 2021, 10:23 AM IST