মৰাণ,12 জুন : সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগে মুকলি কৰিলে এটা নাহৰফুটুকী ৷ দীৰ্ঘদিন ধৰি চাহ বাগিচা অঞ্চলৰ লগতে বিভিন্ন ঠাইত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ অৱশেষত গেলেকী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বনকৰ্মীয়ে পিঞ্জৰাবদ্ধ কৰিলে নাহৰফুটুকীটো ৷
নামতিৰ ৰজাবাৰীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী - Leopard caged
ৰজাবাৰীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী ৷ দীৰ্ঘদিন ধৰি চাহ বাগিচা অঞ্চলৰ লগতে বিভিন্ন ঠাইত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷
![নামতিৰ ৰজাবাৰীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী leopard-caged-at-namoti](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12104828-thumbnail-3x2-p1.jpg)
নামতি ৰজাবাৰীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
পৰৱৰ্তী সময়ত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাহৰফুটুকীটো বনকৰ্মীয়ে সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৷
লগতে পঢ়কঃপ্ৰদ্যুৎ বৰদলৈ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি