অসম

assam

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ বিচিপিএলৰ শেষ শ্ৰদ্ধাঞ্জলি

By

Published : Nov 24, 2020, 9:50 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত নেচনেল প্ৰজেক্ট ব্ৰহ্মপুত্ৰ চমুকৈ বিচিপিএলৰ এক মিনিটৰ মৌন প্ৰাৰ্থনা ৷ উপস্থিত থাকে বিচিপিএলৰ পৰিচালক ৰীপ হাজৰিকা, বিত্ত পৰিচালক পৃথ্বিৰাজ দেশ আৰু আৰ কে সিঙৰ লগতে কেইবাজনো বিষয়ববীয়া ৷

last tribute to tarun gogoi from bpcl
তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি বিচিপিএলৰ

ডিব্ৰুগঢ়, 24 নৱেম্বৰঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ শোকত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ দিনৰ 11 বজাত নেচনেল প্ৰজেক্ট ব্ৰহ্মপুত্ৰ চমুকৈ বিচিপিএলে এক মিনিটৰ মৌন প্ৰাৰ্থনাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি বিচিপিএলৰ

এই কাৰ্যসূচীত উপস্থিত থাকে বিচিপিএলৰ পৰিচালক ৰীপ হাজৰিকা, বিত্ত পৰিচালক পৃথ্বিৰাজ দেশ আৰু আৰ কে সিঙৰ লগতে কেইবাজনো বিষয়ববীয়া ৷

লগতে পঢ়কঃপ্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জনাবলৈ বুধবাৰে পুৱাই গুৱাহাটী পাবহি ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details