অসম

assam

ETV Bharat / state

কাৰাগাৰত অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক শশী সেনচোৱা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে গুৰুতৰ ভাবে অসুস্থ । দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থ আছিল যদিও কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা নকৰাৰ অভিযোগ কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

ETV BHARAT
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক

By

Published : Mar 7, 2020, 9:08 PM IST

ডিব্ৰুগড়, 7 মাৰ্চঃ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক । ততাতৈয়াকৈ ভৰ্ত্তি কৰা হয় অসম চিকিৎসা মহাবিদ্যালয়ত ।

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক শশী সেনচোৱা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে । ততাতৈয়াকৈ তেওঁক ভৰ্ত্তি কৰা হয় অসম চিকিৎসা মহাবিদ্যালয়ত । 'কা' বিৰোধী আন্দোলনত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তিৰ নেতা জনক । দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা শশী সেনচোৱাৰ বিশেষ চিকিৎসা প্ৰদান কৰা নাছিল বুলি সংগঠনটোৰ সদস্য সকলে অভিযোগ কৰে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে । যোৱা ১৮ জানুৱাৰীত গ্ৰেপ্তাৰ হৈছিল শশী সেনচোৱা ।

ABOUT THE AUTHOR

...view details