অসম

assam

By

Published : Jan 25, 2021, 10:46 PM IST

ETV Bharat / state

খোৱাঙত মে-ডাম-মে-ফি উদযাপনৰ প্ৰস্তুতি

মৰাণ সমষ্টিৰ উন্নয়ন পৰিষদৰ উদ্যোগত খোৱাঙৰ বৰপথাৰ দামৰিখাটি চাৰিআলিতো মে-ডাম-মে-ফি উদযাপনৰ বাবে আৰম্ভ কৰা হৈছে পূৰ্ণ প্ৰস্তুতি ৷

As_Moran_801to805_Preparation for Me dam mefi at Khowang_As10031
খোৱাঙত মে-ডাম-মে-ফি উদযাপনৰ প্ৰস্তুতি

মৰাণ,25 জানুৱাৰী : অহা 31 জানুৱাৰীত ৰাজ্যত উদযাপন কৰা হ’ব মে-ডাম-মে-ফি ৷ ইতিমধ্যে মে-ডাম-মে-ফি উদযাপনৰ বাবে চলিছে প্ৰস্তুতি ৷ সমান্তৰালকৈ, মৰাণ সমষ্টিৰ উন্নয়ন পৰিষদৰ উদ্যোগত খোৱাঙৰ বৰপথাৰ দামৰিখাটি চাৰিআলিতো মে-ডাম-মে-ফি উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷

খোৱাঙত মে-ডাম-মে-ফি উদযাপনৰ প্ৰস্তুতি

সোমবাৰে সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে খোৱাঙৰ বৰপথাৰ দামৰিখাটিত লাইখুঁটা স্থাপন কৰা হয় ৷ আনহাতে, মে-ডাম-মে-ফিৰ দিনটোত পুৱা মাংগলিক কাৰ্যসূচীৰ পিছতেই এখন মুকলি সভা অনুষ্ঠিত কৰা হ’ব য’ত পদ্মশ্ৰী যোগেন্দ্ৰ ফুকনৰ লগতে কেইবাগাৰকীয়ো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কথা জানিবলৈ দিয়ে মৰাণ সমষ্টি উন্নয়ন পৰিষদৰ সভাপতি চন্দন গগৈয়ে ৷

লগতে পঢ়ক-কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা !

ABOUT THE AUTHOR

...view details