ডিব্ৰুগড়, 29 মাৰ্চ:ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত সোমবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈৰ স্বাস্থ্যৰ বুজ লয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই । জগদীশ ভূঞাই ডুলু গগৈৰ স্বাস্থ্য়ৰ অৱস্থা বৰ্তমানো সংকটজনক যদিও পূৰ্বতকৈ উন্নত হৈছে বুলি জানিবলৈ দিয়ে ৷
লুৰিণৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে জগদীশ ভূঞাই - Dibrugarh
অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই ডুলু গগৈৰ স্বাস্থ্য়ৰ অৱস্থা বৰ্তমানো সংকটজনক যদিও পূৰ্বতকৈ উন্নত হৈছে বুলি জানিবলৈ দিয়ে ৷

লুৰিণৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে জগদীশ ভূঞাই
লুৰিণৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে জগদীশ ভূঞাই
লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে ডুলু গগৈৰ উন্নত চিকিৎসাৰ বাবে প্ৰচেষ্টা চলাই থকাৰ কথাও উল্লেখ কৰে কৰে চিকিৎসকে ৷
লগতে পঢ়ক :চিদ্দিক আহমেদৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ...