মৰাণত চালক সহ এক ট্ৰাক সুৰা জব্দ - জব্দ
ডিব্ৰুগড়ৰ মৰাণত আবকাৰী আৰু আৰক্ষীৰ যৌথ অভিযানত চালক সহ এক ট্ৰাক অৰুণাচলী সুৰা জব্দ কৰে । ইতিমধ্যে আবকাৰী বিভাগে মৰাণ আৰক্ষী থানাত উক্ত ঘটনাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।

মৰাণত চালক সহ এক ট্ৰাক সুৰা জব্দ
ডিব্ৰুগড়, ২৬ জুলাইঃ
- ডিব্ৰুগড়ৰ মৰাণত চালক সহ এক ট্ৰাক অৰুণাচলী সুৰা জব্দ
- মৰাণ আৰক্ষী আৰু আবকাৰীয়ে জব্দ কৰে সুৰাখিনি
- এ এছ ০১ টি ৮৯৪১ নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰে
- চালক জনৰ নাম ললিত বৰদলৈ (৫৩)
- উক্ত ঘটনাৰ বিৰুদ্ধে আবকাৰী বিভাগে ২৯/২০১৯ নং গোচৰ পঞ্জীয়ন কৰে
- ইতিমধ্যে চালক ললিত বৰদলৈক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আদালতত হাজিৰ কৰে আৰক্ষীয়ে